as_tq/heb/02/02.md

747 B
Raw Permalink Blame History

প্ৰতিটো অপৰাধ আৰু অবাধ্যতাই কি পাব?

প্ৰতিটো অপৰাধ আৰু অবাধ্যতাই ন্যাৰ্য্য শাস্তি পাব (২:২)।

প্ৰভুৰ দ্বাৰা ঘোষণা কৰা পৰিত্ৰাণৰ শুভবাৰ্তা ঈশ্বৰে কেনেকৈ সাক্ষ্য দিছিল?

ঈশ্বৰে এই বাৰ্ত্তাবিলাক চিন, পৰাক্ৰম, পৰাক্ৰম কাৰ্য্যৰ দ্বাৰা আৰু পবিত্ৰ আত্মাৰ বৰদানৰ দ্বাৰা সাক্ষ্য দিছিল(২:)।