9 lines
747 B
Markdown
9 lines
747 B
Markdown
|
# প্ৰতিটো অপৰাধ আৰু অবাধ্যতাই কি পাব?
|
|||
|
|
|||
|
প্ৰতিটো অপৰাধ আৰু অবাধ্যতাই ন্যাৰ্য্য শাস্তি পাব (২:২)।
|
|||
|
|
|||
|
# প্ৰভুৰ দ্বাৰা ঘোষণা কৰা পৰিত্ৰাণৰ শুভবাৰ্তা ঈশ্বৰে কেনেকৈ সাক্ষ্য দিছিল?
|
|||
|
|
|||
|
ঈশ্বৰে এই বাৰ্ত্তাবিলাক চিন, পৰাক্ৰম, পৰাক্ৰম কাৰ্য্যৰ দ্বাৰা আৰু পবিত্ৰ আত্মাৰ বৰদানৰ দ্বাৰা সাক্ষ্য দিছিল(২:৪)।
|
|||
|
|