as_tn/act/01/20.md

1.5 KiB

পিতৰে ১:১৬ পদত বিশ্বাসী সকললৈ বক্তৃতা অব্যাহত ৰাখিছে৷

কিয়নো গীতমালাত এনেদৰে লিখা আছে

তেওঁ এই মাত্ৰ বিবেচনা কৰা, যিহূদাৰ সৈতে পৰিবেশটোৰ ওপৰত ভিত্তি কৰি, পিতৰে গীতমালাত দিয়া বাক্যাংশ মনত পেলাই কৈছে যে এইটোৱে বৰ্তমান সময়টোৰ কথাকে কৈছে৷

গীতমালা কিতাপ

এইটো “স্তুতিগীতৰ কিতাপ” বা “গানৰ কিতাপ” বুলিও অনুবাদ কৰিব পাৰি৷

পথাৰখন পৰিত্যক্ত হওক

এটা সম্পতি ভাগিছিগি যোৱা আৰু গছগছনিৰে ঢাক খোৱাটোৱে বুজায় যে ইয়াৰ গৰাকীৰ মৃত্যু হল৷

আৰু এজনো মানুহ তাত বসতি নকৰক

মাটিডোখৰ অশুচি(নিষিদ্ধ) বা বসতিৰ অনুপযুক্ত

তেওঁৰ নেতৃত্বৰ স্থান আন কোনোবাজনক লওক

তেওঁৰ নেতৃত্বৰ স্থান সলনি কৰা হওক৷