as_tn/act/01/20.md

22 lines
1.5 KiB
Markdown
Raw Permalink Normal View History

2018-07-19 20:52:16 +00:00
পিতৰে ১:১৬ পদত বিশ্বাসী সকললৈ বক্তৃতা অব্যাহত ৰাখিছে৷
# কিয়নো গীতমালাত এনেদৰে লিখা আছে
তেওঁ এই মাত্ৰ বিবেচনা কৰা, যিহূদাৰ সৈতে পৰিবেশটোৰ ওপৰত ভিত্তি কৰি, পিতৰে গীতমালাত দিয়া বাক্যাংশ মনত পেলাই কৈছে যে এইটোৱে বৰ্তমান সময়টোৰ কথাকে কৈছে৷
# গীতমালা কিতাপ
এইটো “স্তুতিগীতৰ কিতাপ” বা “গানৰ কিতাপ” বুলিও অনুবাদ কৰিব পাৰি৷
# পথাৰখন পৰিত্যক্ত হওক
এটা সম্পতি ভাগিছিগি যোৱা আৰু গছগছনিৰে ঢাক খোৱাটোৱে বুজায় যে ইয়াৰ গৰাকীৰ মৃত্যু হল৷
# আৰু এজনো মানুহ তাত বসতি নকৰক
মাটিডোখৰ অশুচি(নিষিদ্ধ) বা বসতিৰ অনুপযুক্ত
# তেওঁৰ নেতৃত্বৰ স্থান আন কোনোবাজনক লওক
তেওঁৰ নেতৃত্বৰ স্থান সলনি কৰা হওক৷