16 lines
1.0 KiB
Markdown
16 lines
1.0 KiB
Markdown
|
# সেই সময়ত
|
||
|
|
||
|
“যীচু ঘূৰি স্বৰ্গলৈ যোৱাৰ অলপ দিনৰ পাছতেই”
|
||
|
|
||
|
# ভাইবিলাকৰ মাজত
|
||
|
|
||
|
“ভাইবিলাক” শব্দটোৱে প্ৰায়ে লগৰীয়া বিশ্বাসী সকলক বুজায় আৰু ই পুৰুষ আরু মহিলা দুয়োকেই সামৰি লয়৷
|
||
|
|
||
|
# যে শাস্ত্ৰ বাক্য সিদ্ধ হোৱাটো প্ৰয়োজন আছিল
|
||
|
|
||
|
পিতৰে ইয়াত নিদিষ্টকৈ যিহূদাৰ সম্পৰ্কে কোৱা ভাৱবানীৰ কথা কৈছে৷
|
||
|
|
||
|
# দায়ুদৰ মুখৰ দ্বাৰা
|
||
|
|
||
|
“দায়ুদৰ বাক্য সমূহ৷” “মূখ” শব্দটোৱে “বাক্য সমূহক” বুজাইছে যদিও দায়ুদে সিবিলাক লিখিহে ৰাখিছিল৷(চাওঁকঃ Metonymy)
|