# সেই সময়ত “যীচু ঘূৰি স্বৰ্গলৈ যোৱাৰ অলপ দিনৰ পাছতেই” # ভাইবিলাকৰ মাজত “ভাইবিলাক” শব্দটোৱে প্ৰায়ে লগৰীয়া বিশ্বাসী সকলক বুজায় আৰু ই পুৰুষ আরু মহিলা দুয়োকেই সামৰি লয়৷ # যে শাস্ত্ৰ বাক্য সিদ্ধ হোৱাটো প্ৰয়োজন আছিল পিতৰে ইয়াত নিদিষ্টকৈ যিহূদাৰ সম্পৰ্কে কোৱা ভাৱবানীৰ কথা কৈছে৷ # দায়ুদৰ মুখৰ দ্বাৰা “দায়ুদৰ বাক্য সমূহ৷” “মূখ” শব্দটোৱে “বাক্য সমূহক” বুজাইছে যদিও দায়ুদে সিবিলাক লিখিহে ৰাখিছিল৷(চাওঁকঃ Metonymy)