1.0 KiB
1.0 KiB
সেই সময়ত
“যীচু ঘূৰি স্বৰ্গলৈ যোৱাৰ অলপ দিনৰ পাছতেই”
ভাইবিলাকৰ মাজত
“ভাইবিলাক” শব্দটোৱে প্ৰায়ে লগৰীয়া বিশ্বাসী সকলক বুজায় আৰু ই পুৰুষ আরু মহিলা দুয়োকেই সামৰি লয়৷
যে শাস্ত্ৰ বাক্য সিদ্ধ হোৱাটো প্ৰয়োজন আছিল
পিতৰে ইয়াত নিদিষ্টকৈ যিহূদাৰ সম্পৰ্কে কোৱা ভাৱবানীৰ কথা কৈছে৷
দায়ুদৰ মুখৰ দ্বাৰা
“দায়ুদৰ বাক্য সমূহ৷” “মূখ” শব্দটোৱে “বাক্য সমূহক” বুজাইছে যদিও দায়ুদে সিবিলাক লিখিহে ৰাখিছিল৷(চাওঁকঃ Metonymy)