as_lev_text_ulb/24/17.txt

1 line
333 B
Plaintext
Raw Normal View History

\v 17 আৰু যি জনে আন এজনক বধ কৰিব, তেওঁৰ প্ৰাণদণ্ড অৱশ্যে হ’ব। \v 18 আৰু যি জনে আন এজনৰ পশু মাৰিব, তেওঁ তাৰ সলনি দিব; “প্ৰাণৰ সলনি প্ৰাণ”।