as_lev_text_ulb/24/15.txt

1 line
867 B
Plaintext
Raw Permalink Normal View History

\v 15 আৰু তুমি ইস্ৰায়েলৰ সন্তান সকলক কোৱা, ‘যি কোনোৱে নিজৰ ঈশ্বৰক শাও দিব, তেওঁ নিজৰ পাপৰ ফল ভোগ কৰিব। \v 16 আৰু যি জনে যিহোৱাৰ নামৰ নিন্দা কৰিব, সেই জনৰ অৱশ্যে প্ৰাণদণ্ড হ’ব। তেওঁ লাগে বদেশীয়েই হওঁক অথবা ইস্ৰায়েল বংশত জন্মাই হওঁক, গোটেই সমাজে তেওঁলৈ অৱশ্যে শিল দলিয়াব। যি কোনোৱে যিহোৱাৰ নামৰ নিন্দা কৰিব, সেই জনৰ অৱশ্যে প্ৰাণদণ্ড হ’ব।