as_tq/phm/01/04.md

666 B
Raw Permalink Blame History

ফিলীমনৰ বিষয়ে কি উত্তম বৈশিষ্ট্য পৌলে শুনিবলৈ পাইছিল ?

সাধু-সন্তসকলৰ প্ৰতি ফিলীমনৰ বিশ্বস্ততা, প্ৰেম, প্ৰভুত তেওঁৰ বিশ্বাসৰ বিষয়ে পৌলে শুনিবলৈ পাইছিল (১:৫)।

পৌলৰ মতে ফিলীমনে সাধু-সন্তসকলৰ বাবে কি কৰিছিল ?

ফিলীমনে সাধু-সন্তসকলৰ অন্তৰ সজীব কৰিছিল (১:)।