as_tq/jud/01/07.md

857 B
Raw Permalink Blame History

চদোম আৰু ঘমোৰা আৰু তেওঁলোকৰ চাৰিওফালৰ নগৰবোৰে কি কৰিছিল?

তেওঁলোকে বেশ্যাগমণ আৰু অস্বাভাৱিক লম্পট আচৰণত নিমগ্ন হৈছিল (১:)।

চদোম, ঘমোৰা আৰু তেওঁলোকৰ চাৰিওফালৰ নগৰবোৰে কৰাৰ দৰে, এই দণ্ডিত হোৱা আৰু ভক্তিহীন লোকসকলে কি কৰে?

তেওঁলোকে সপোন দেখা হৈ তেওঁলোকৰ নিজৰ শৰীৰক অশুচি কৰে, প্ৰভুত্ত্বক অগ্ৰাহ্য কৰে, আৰু নিন্দাৰ কথা কয় (১:৮)।