as_tq/jud/01/03.md

1.2 KiB
Raw Permalink Blame History

যিহুদাই প্ৰথমতে কি লিখিবলৈ বিচাৰিছিল?

তেওঁলোকৰ সাধাৰণ পৰিত্ৰাণৰ বিষয়ে যিহুদাই প্ৰথমতে লিখিবলৈ বিচাৰিছিল (১:৩)।

আচলতে যিহুদাই কি লিখিছিল?

আচলতে সাধুসন্তসকলৰ বিশ্বাসৰ পক্ষে প্ৰাণপণ কৰাৰ বিষয়েহে যিহুদাই লিখিছিল (১:৩)।

দণ্ডিত হোৱা আৰু ভক্তিহীন কিছুমান লোক কেনেকৈ আহিল?

দণ্ডিত হোৱা আৰু ভক্তিহীন কিছুমান লোক গুপুতে আহি সোমাল (১:)।

দণ্ডিত হোৱা আৰু ভক্তিহীন লোকসকলে কি কৰে?

তেওঁলোকে ঈশ্বৰৰ অনুগ্ৰহক লম্পট-আচৰণত পৰিৱৰ্ত্তন কৰে আৰু যীচু খ্ৰীষ্টক অস্বীকাৰ কৰে (১:)।