as_tq/3jn/01/09.md

1.4 KiB

দিয়ত্ৰিফিয়ে কাক প্ৰেম কৰিছিল ?

দিয়ত্ৰিফিয়ে সমাজৰ মাজত প্ৰথম স্থান পাবলৈ বিচাৰিছিল (১:৯)

যোহনৰ প্ৰতি দিয়ত্ৰিফিয়ৰ মনোভাৱ কেনে আছিল ?

দিয়ত্ৰিফিয়ে যোহনক গ্ৰহণ কৰা নাছিল (১:৯)।

যোহনে যদি গায়'ৰ আৰু সমাজলৈ আহে তেওঁ কি কৰিব ?

যদি যোহন আহে তেওঁ দিয়ত্ৰিফিয়ৰ কু-কৰ্ম্মবোৰ সোঁৱৰাব (১:১০)।

সেই নামৰ বাবে ওলাই যোৱা ভাইবিলাকক দিয়ত্ৰিফিয়ই কি কৰে ?

সেই ভাইবিলাকক দিয়ত্ৰিফিয়ই গ্ৰহণ নকৰে (১:১০)।

সেই নামৰ বাবে ওলাই যোৱা ভাইবিলাকক যিবিলাকে গ্ৰহণ কৰে তেওঁবিলাকক দিয়ত্ৰিফিয়ই কি কৰে ?

সেই ভাইবিলাকক গ্ৰহণ কৰাত দিয়ত্ৰিফিয়ই বাৰণ কৰে, আৰু তেওঁলোকক সমাজৰ পৰা বাহিৰ কৰি দিয়ে (১:১০)।