as_tq/3jn/01/05.md

973 B

গায়'ই কাক আদৰণি জনাইছিল আৰু তাৰ পাছত তেওঁলোকক যাত্ৰাকালত পঠিয়াই দিছিল ?

কিছুমানক যিয়ে নামৰ কাৰণে ওলাই গৈছিল গায়'ই সেইবিলাকক আদৰণি জনাইছিল আৰু তাৰ পাছত তেওঁলোকক যাত্ৰাকালত পঠিয়াই দিছিল (১:৬-৮)।

এনে ভাইবিলাকক বিশ্বাসীবিলাকে কিয় আদৰি ল'ব লাগে বুলি যোহনে কৈছিল ?

এনে ভাইবিলাকক বিশ্বাসীবিলাকে আদৰি ল'ব লাগে বুলি যোহনে কৈছিল যাতে তেওঁলোকে সত্যৰ বাবে তেওঁলোক সহকাৰী হয় (১:৮)।