as_tq/3jn/01/01.md

1.2 KiB
Raw Permalink Blame History

লিখক যোহনে এই পত্ৰখনত নিজকে কি উপাধিৰে পৰিচয় কৰিছে ?

যোহনে নিজকে বৃদ্ধ লোক বুলি পৰিচয় দিছে (১:১)।

যি জনে এই পত্ৰখন পাইছে, সেই গায়'ৰ লগত যোহনৰ কি সম্বন্ধ আছিল ?

যোহনে গায়'ক সত্যতাত প্ৰেম কৰে (১:১)

গায়'ৰ বিষয়ে যোহনে কিহৰ বিষয়ে প্ৰাৰ্থনা কৰে ?

যোহনে এই প্ৰাৰ্থনা কৰিছে যে গায়'ৰ স্বাস্থ্য আৰু জীৱাত্মা এই সকলোবিষয়তে কুশল প্ৰাপ্ত হওক (১:২)।

যোহনৰ আটাইতকৈ মহা আনন্দ কি ?

যোহনৰ আটাইতকৈ মহা আনন্দ হৈছে তেওঁৰ সন্তানবিলাকে সত্যতাত চলাটো তেওঁ শুনিবলৈ পাইছে (১:)।