as_tq/2jn/01/07.md

987 B
Raw Permalink Blame History

যিবিলাকে যীচু খ্ৰীষ্টক মাংসত (শাৰীৰিক ৰূপত) অহাটো স্বীকাৰ নকৰে সেইবিলাকক যোহনে কি বুলি কৈছে?

যিবিলাকে যীচু খ্ৰীষ্টক মাংসত (শাৰীৰিক ৰূপত) অহাটো স্বীকাৰ নকৰে সেইবিলাকক যোহনে প্ৰবঞ্চক আৰু খ্ৰীষ্টাৰি বুলি কৈছে (১:)।

বিশ্বাসীবিলাকক কি নকৰিবলৈ সাৱধান হ'বলৈ যোহনে কৈছে?

যোহনে বিশ্বাসীবিলাকক কৈছে যে তেওঁলোকে যিটোৰ বাবে কাৰ্য্য কৰিছে সেইবোৰ নেহেৰুৱাবলৈ সাৱধান হ'বলৈ কৈছে (১:৮)।