as_tq/2jn/01/04.md

934 B
Raw Permalink Blame History

যোহনে কিয় আনন্দ কৰিছে ?

যোহনে আনন্দ কৰিছে কাৰণ তেওঁ সেই মহিলাগৰাকীৰ কোনো কোনো সন্তানে সত্যতাত চলি থকাটো তেওঁ দেখা পাইছে (১:)।

আৰম্ভণীৰে পৰা তেওঁলোকৰ কি আজ্ঞা আছিল বুলি যোহনে কৈছিল?

যোহনে কৈছে যে তেওঁলোকৰ পৰস্পৰে পৰস্পৰক প্ৰেম কৰাৰ আজ্ঞা আৰম্ভণীৰে পৰা আছিল (১:৫)।

সেই প্ৰেম কি আছিল বুলি যোহনে কৈছে?

যোহনে কৈছে সেই প্ৰেম হৈছে ঈশ্বৰৰ আজ্ঞা অনুসৰি চলা (১:৬)।