as_tq/mrk/10/32.md

9 lines
750 B
Markdown
Raw Permalink Normal View History

2018-04-26 19:06:50 +00:00
# যীচু আৰু তেওঁৰ শিষ্যবিলাকে কোনটো ৰাস্তাত গৈ আছিল?
যীচু আৰু তেওঁৰ শিষ্যবিলাকে যিৰূচালেমলৈ যোৱা ৰাস্তাত গৈ আছিল (১০:৩২)।
# যীচুৱে শিষ্যবিলাকক তেওঁলৈ কি হ'ব বুলি কৈছিল?
যীচুৱে তেওঁৰ শিষ্যবিলাকক কৈছিল যে তেওঁক দোষী কৰি মৃত্যুদণ্ড দিয়া হ'ব আৰু তিনিদিনৰ পাছত তেওঁ পুনৰ জীয়াই উঠিব (১০:৩৩-৩৪)।