as_tq/2jn/01/09.md

9 lines
1.0 KiB
Markdown
Raw Permalink Normal View History

2018-04-26 19:06:50 +00:00
# যিবিলাকে খ্ৰীষ্টৰ বিষয়ে সত্য শিক্ষা নানে তেনে কোনো জনৰ লগত যোহনে বিশ্বাসীবিলাকক কি কৰিবলৈ কৈছে ?
যিবিলাকে খ্ৰীষ্টৰ বিষয়ে সত্য শিক্ষা নানে তেনে কোনো জনক গ্ৰহণ নকৰিবলৈ যোহনে বিশ্বাসীবিলাকক কৈছে (১:১০)।
# যিবিলাকে খ্ৰীষ্টৰ বিষয়ে সত্য শিক্ষা নানে তেনে কোনো জনক যদি গ্ৰহণ কৰে সেই বিশ্বাসীজন কিহৰ ভুল হয়?
যিজনে খ্ৰীষ্টৰ বিষয়ে সত্য শিক্ষা নানে বিশ্বাসীজন তেনেজনৰ কু-কৰ্ম্মবোৰৰ অংশীদাৰী হৈ পৰে (১:১১)।