as_tn/1co/11/13.md

2.1 KiB

তোমালোকে বিচাৰ কৰি চোৱা

ব্যাখ্যাঃ “এই বিষয়টো তোমালোকে জনা স্থানীয় নীতি নিয়ম আৰু মণ্ডলীৰ বিধি অনুসৰি বিচাৰ কৰি চোৱা”

এগৰাকী তিৰোতাই এৰণি নোলোৱাকৈ ঈশ্বৰক প্ৰাৰ্থনা কৰা উচিত নে?

“ঈশ্বৰক সন্মান জনাবলৈ এগৰাকী তিৰোতাই তাইৰ মুৰত ওৰণি লৈ প্ৰাৰ্থনা কৰা উচিত” (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক; সক্ৰিয়তা/নিস্ক্ৰিয়তা চাওক)

এইটো হয়নে

এই বৈশিষ্ট্যটো চাওক য’ত “এইটো” শব্দই বাক্যটোৰ বাকী থকা অংশটো বুজাইছে। (বৈশিষ্ট্য চাওক)

প্ৰকৃতিয়েও তোমালোকক নিশিকাই নে

ব্যাখ্যাঃ “প্ৰকৃতিয়ে নিজেই তোমালোকক শিকাই।” (আচল অৰ্থ বুজোৱা প্ৰশ্ন চাওক)

প্ৰকৃতিয়ে নিজে

সমাজখন যি ধাৰা আছে সেইটো বুজাইছে। ব্যাখ্যাঃ “যিবোৰ বিষয় তুমি জানা এই জগতখনত সেইবোৰ সত্য হওক” বা “সমাজখনৰ সাধাৰণ দৃষ্টিভঙ্গী।”

কিয়নো তাই চুলিখিনি দিয়া হ’ল

“কিয়নো ঈশ্বৰে তিৰোতাক দীঘল চুলিৰে সৈতে স্ৰজন কৰিলে।”(সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

বাদ

বিবাদ “মৌখিকভাবে অসন্মত”