as_tn/1co/11/11.md

474 B

প্ৰভুত

সাম্ভাব্য অৰ্থবোৰ হৈছে ১) “খ্ৰীষ্টিয়ান সকলৰ মাজত যি জন প্ৰভুৰ হয়,” বা ২) “ঈশ্বৰে সৃষ্টি কৰা এই জগতখনত।”

আৰু সকলোবোৰ ঈশ্বৰৰ পৰা হয়

ব্যাখ্যাঃ “ঈশ্বৰে সকলোবোৰ সৃষ্টি কৰিলে”