as_tn/1co/11/09.md

440 B

তাইৰ মুৰৰ ওপৰত ক্ষমতাৰ চিন ৰখা উচিত

সাম্ভাব্য অৰ্থবোৰ হৈছে ১) “তাইৰ মুৰব্বী হিচাপে এজন পুৰুষ আছে,” বা ২) “প্ৰাৰ্থনা বা ভাববাণী কৰিবলৈ তাইৰ যে ক্ষমতা আছে সেই বুজাবলৈ।”