as_tn/1co/11/07.md

880 B

তেওঁৰ মুৰ ঢকা উচিত নহয়

ব্যাখ্যাঃ “তেওঁৰ মুৰৰ ওপৰত ওৰণি দিব নালাগে।”

পুৰুষৰ গৌৰৱ

যিদৰে পুৰুষে ঈশ্বৰৰ মহত্ত্ব প্ৰতিফলন কৰে, তিৰোতাইয়ো পুৰুষৰ চৰিত্ৰ প্ৰতিফলন কৰে।

কাৰণ তিৰোতাৰ পৰা পুৰুষক নিৰ্ম্মাণ কৰা নাই, কিন্তু তিৰোতাকহে পুৰুষৰ পৰা নিৰ্ম্মাণ কৰা হ’ল

সৃষ্টিত, ঈশ্বৰে পুৰুষৰ একাষৰ পৰা এডাল হাড় উলিয়াই তিৰোতাক নিৰ্ম্মাণ কৰিছিল।