as_tn/1co/11/01.md

915 B

মনত পেলোৱা

ব্যাখ্যাঃ “ভাব চোৱা” বা “বিবেচনা কৰি চোৱা”

এতিয়া মই বিচাৰো

সাম্ভাব্য অৰ্থবোৰ হৈছে ১) “এইটোৰ কাৰণে মই বিচাৰো” বা ২) “যিয়েই মহওক মই বিচাৰো”

তেওঁৰ মুৰ ঢাকি লোৱা

“কাপোৰ এখন দি লয় বা মুৰৰ ওপৰত ওৰণি লয়”

তেওঁ মুৰৰ অমৰ্য্যদা কৰে

সাম্ভাব্য অৰ্থবোৰ হৈছে ১)“তেওঁৰ নিজৰ ওপৰতে অসন্মান আনে”(UDB) ২)“খ্ৰীষ্টৰ ওপৰত অলন্মান আনে, যিজন তেওঁৰ মুৰ স্বৰূপ”