as_tn/1co/10/31.md

729 B

কাৰো বিঘ্নজনক নহ’বা

ব্যাখ্যাঃ “অসন্তোষ্ট নকৰিবা” বা “উজুতি খোৱা মুঢ়াস্বৰূপ নহ’বা”

সকলো মানুহকে সন্তোষ্ট কৰা

ব্যাখ্যাঃ “সকলো মানুহকে আনন্দিত কৰা”

মই মোৰ নিজৰ হিত বিচৰা নাই

ব্যাখ্যাঃ “মই মোৰ নিজৰ বাবে আকাংক্ষা কৰা কাৰ্য্য কৰা নাই”

বহুতক

যিমান পাৰা সম্ভব সিমান মানুহক