as_tn/1co/10/28.md

1.9 KiB

মোৰ স্বাধীনতা আন ব্যক্তিৰ দোষাদোষ জ্ঞানৰ দ্বাৰাই কিয় বচাৰ কৰা হয়?

ব্যাখ্যাঃ “আন এজন ব্যক্তিয়ে যি বিশ্বাস কৰে সেই ভুল বা শুদ্ধতাৰ দ্বাৰা মোৰ ব্যক্তিগত বাঁচনিবোৰ সলনি কৰাব নালাগে” (আচল অৰ্থ বুজোৱা প্ৰশ্ন চাওক)

যদি মই অংশ লওঁ

ইয়াত “মই” শব্দটোৱে পৌলক বুজোৱা নাই কিন্তু যিবিলাকে কৃতজ্ঞতাৰে মাংস ভোজন কৰে তেওঁলোককহে বুজাইছে। ব্যাখ্যাঃ “যদি এজন মানুহে অংশ লয়” বা “যেতিয়া এজন মানুহে ভোজন কৰে”

কৃতজ্ঞতাৰে

সাম্ভাব্য অৰ্থবোৰ হৈছে ১) “এক প্ৰশংসিত অনুভৱেৰে বা ঈশ্বৰৰ জনৰ প্ৰতি কৃতজ্ঞতাৰে।” বা ২) “এক প্ৰশংসিত অনুভৱেৰে বা আয়োজক জনৰ প্ৰতি কৃতজ্ঞতাৰে।”

মই ধন্যবাদ দিয়া বিষয়টোৰ বাবে নিন্দিত হওঁ কিয়?

“খাদ্যৰ বাবে মই যেতিয়া ধন্যবাদ দিওঁ মোক কিয় নিন্দা কৰা হয়?” ব্যাখ্যাঃ “কোনোবা এজনো মোক দোষ ধৰিবলৈ মই অনুমতি নিদিওঁ।”(আচল অৰ্থ বুজোৱা প্ৰশ্ন চাওক)