as_tn/1co/10/23.md

747 B

“সকলোবোৰ অবাধ”

কোনো কোনো কৰিন্থীয়াসকলৰ ঐক্যধ্বনি পৌলে উদ্ধৃতি দিছে। ব্যাখ্যাঃ “মই আকাংক্ষা কৰা যিকোনো কৰিব পাৰোঁ।”

কোনেও নিজৰ হিত নিবিচাৰক। তাৰ পৰিৱৰ্ত্তে প্ৰত্যেকে নিজৰ চুবুৰীয়াৰ হিত বিচাৰক

তোমাৰ নিজ প্ৰতি যি ভাল তাক কৰাতকৈ আনৰ প্ৰতি যি ভাল তাক কৰা।

ভাল

ব্যাখ্যাঃ “উপকাৰী”