as_tn/1co/10/20.md

1.4 KiB

পিয়লা পান কৰা

যোগান ধৰা একেটা পাত্ৰতে পান কৰা কাৰ্য্য (কাৰোবাৰ দ্বাৰা), সাধাৰণতে পাত্ৰটোত থকা বস্তুখিনিক বুজায়; একে মুল্যৰ অংশীদাৰ হোৱাৰ এইটো হৈছে এক শাব্দিক অৰ্থ(শাব্দিক অৰ্থ চাওক)

তোমালোকে প্ৰভুৰ মেজৰ আৰু ভুত

পিশাচৰ মেজৰ সহভাগী হ’ব নোৱাৰা ব্যাখ্যাঃ “যদি তুমি প্ৰভুক আৰু ভুত পিশাচক উপাসনা কৰা, প্ৰভুৰ প্ৰতি তোমাৰ উপাসনা সৰল নহয়”

উত্তেজিত কৰি তোলা

ব্যাখ্যাঃ “খঙলৈ” বা “কেচকেচাই থকালৈ”

তাতকৈ আমি বলৱান নে?

ব্যাখ্যাঃ “ঈশ্বৰে যেতিয়া নকৰে আমি ভুত পিশাচৰ লগত সহভাগিতা ল’ব পাওঁনে?” বা “আমি ঈশ্বৰতকৈ বলৱান নহওঁ”(আচল অৰ্থ বুজোৱা প্ৰশ্ন চাওক)