as_tn/1co/10/18.md

1.3 KiB

যিসকলে উৎসৰ্গ কৰা বলি খায় তেওঁলোকে বেদীৰ সহভাগী নহয় নে?

ব্যাখ্যাঃ “যিসকলে এনে উৎসৰ্গ কৰা বলি খায় দেৱতাৰ বেদীত উপাসনা কৰাৰ দৰে হয়।” (আচল অৰ্থ বুজোৱা প্ৰশ্ন চাওক)

তেন্তে মই কি কৈছোঁ? ব্যাখ্যাঃ“মই যি কৈছো তাক পুনৰ চোৱা” বা “মই এইটো বুজাইছোঁ”

এটা মুৰ্ত্তি যিকোনো হ’ব পাৰে?

ব্যাখ্যাঃ “এটা মুৰ্ত্তি আচলতে প্ৰকৃত নহয়” বা “এটা মুৰ্ত্তি গুৰুত্ত্বপুৰ্ণ নহয়”

দেৱতাৰ প্ৰতি উচৰ্গিত খাদ্য যিকোনো হ’ব পাৰে?

ব্যাখ্যাঃ “এটা দেৱতাৰ প্ৰতি উচৰ্গিত খাদ্য গুৰুত্ব পুৰ্ণ নহয়।” বা “দেৱতাৰ প্ৰতি উচৰ্গিত খাদ্য অৰ্থহীন”