as_tn/1co/10/11.md

1.0 KiB

এইবোৰ ঘটনা ঘটিছিল

তেওঁলোকৰ অশিষ্ট আচৰণৰ বাবে শাস্তি পাইছিল

আমাৰ বাবে উদাহৰণ স্বৰূপ

“আমাৰ” শব্দটোৱে সকলো বিশ্বাসীক বুজাইছে (অন্তৰ্ভুক্ততা চাওক)

শেষ যুগ

“শেষ কাল”

যেন নপৰে

পাপ নকৰে বা ঈশ্বৰক অগ্ৰাহ্য নকৰে

সকলো মানুহৰ প্ৰতি যি পৰীক্ষা সাধাৰণতে চলে ততোধিক নহ’ব

ব্যাখ্যাঃ “সকলো মানুহে অভিজ্ঞতা পোৱা যি পৰীক্ষাই তোমাক প্ৰভাব পেলাই” (নঞাঁৰ্থকতা চাওক)

তোমাৰ সামৰ্থ

তোমাৰ শাৰীৰিক বা আবেগিক সামৰ্থ।