as_tn/1co/10/09.md

700 B

ভোৰভোৰাই নাথাকিবা

“প্ৰকাশ কৰা বা মুখেৰে বকবকাই বলকি থকা বা আপত্তি কৰি থকা”

আৰু মৃত্যু দূতৰ দ্বাৰাই ধ্বংস কৰা হ’ল

ব্যাখ্যাঃ “মৃত্যুদূতৰ দ্বাৰা তেওঁলোকক বিনাশ কৰা হ’ল” (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

বিনাশ কৰা হ’ল

ব্যাখ্যাঃ “নিপাত কৰা হ’ল” বা “মাৰি পেলোৱা হ’ল।”