as_tn/1co/10/05.md

949 B
Raw Blame History

সন্তোষ্ট নহ’ল

“অসন্তোষ্ট” বা “খং উঠিল”(UDB)(নঞাঁৰ্থকতা চাওক)

সৰহভাগেই

ইস্ৰায়েলীয়া পিতৃসকল

অৰণ্যত

মিছৰ আৰু ইস্ৰায়েল দেশৰ মাজৰ মৰুভুমি দেশ য’ত ইস্ৰায়েলীয়া সকলে বছৰ ভ্ৰমি ফুৰিছিল।

উদাহৰণ স্বৰূপ

এক শিক্ষা বা সংকেত, য’ৰ পৰা ইস্ৰায়েলীয়া সকলে শিকিব পাৰিছিল।

দুষ্টতা বিচাৰিছিল

কিবা এটা কৰিবলৈ আকাংক্ষা কৰা বা জাগতিক বস্তু বিচৰা যিটোৱে ঈশ্বৰক অসন্মান কৰে।