as_tn/1co/10/01.md

2.0 KiB

আমাৰ পুৰ্ব্বপুৰুষ

পৌলে যাত্ৰাপুস্তকৰ সময়ৰ কথা নিৰ্দেশ কৰিছে যেতিয়া ইস্ৰায়েলীয়া সকলক মিছৰীয়া সৈন্যসকলে তেওঁলোকক পাছ পাছে খেদি আহোঁতে চুফ সাগৰৰ মাজেদি পাৰ হৈ আহিছিল। “আমাৰ” শব্দটো ভুক্ত হৈছে। ব্যাখ্যাঃ “পিতৃসকল সকলো যিহুদী আছিল”(অন্তৰ্ভুক্তি চাওক)

সকলোৱে মোচিলৈ বাপ্তাইজিত হৈছিল

ব্যাখ্যাঃ “সকলোৱে মোচিক অনুসৰণ কৰিছিল আৰু সমৰ্পিত হৈছিল।”

সাগৰৰ মাজেদি পাৰ হৈ আহিছিল

তেওঁলোক সকলোৱে মিছৰ দেশ ত্যাগ কৰাৰ পাছত মোচিৰ সৈতে লোহিত সাগৰ পাৰ হৈ আহিছিল।

মেঘত আছিল

মেঘৰ দ্বাৰা ইস্ৰায়েলীয়াবিলাকক দিনত চলাই আনিছিল, সেইটোৱে ঈশ্বৰৰ উপস্থিতি প্ৰতিনিধিত্ব কৰিছিল।

সেই শিলেই খ্ৰীষ্ট আছিল

সেই “শিলেই” খ্ৰীষ্টৰ মজবিত শক্তিক বুজাইছিল যিজন তেওঁলোকৰ গোটেই যাত্ৰাকালত সঙ্গী হৈছিল; তেওঁলোকে তেওঁৰ সুৰক্ষা আৰু সান্তনাৰ বাবে তেওঁৰ ওপৰত নিৰ্ভৰ কৰিছিল। (শাব্দিক অৰ্থ চাওক)