as_tn/1co/09/24.md

2.7 KiB

সকলোৱে দৌৰত লৰ মাৰে কিন্তু সিহঁতৰ এজনেহে যে বঁটা পায় তাক তোমালোকে জানানে? আশা কৰা প্ৰত্ত্যোত্তৰটো (যদিও উল্লেখ কৰা নাই) এই প্ৰশ্নটো বুজা এক বোধগম্যতা হৈছেঃ “হয়, মই জোনা যে যদিও সকলোৱে দৌৰত লৰ মাৰে কিন্তু সিহঁতৰ এজনেহে বঁটা পায়”(আচল অৰ্থ বুজোৱা প্ৰশ্ন চাওক)

দৌৰত লৰ মাৰা

এজন দৌৰবিদ হোৱাৰ লগত পৌলে খ্ৰীষ্টিয় জীৱন যাপন আৰু ঈশ্বৰৰ কাৰ্য্যত দৌৰা আদিৰে তুলনা কৰিছে। খ্ৰীষ্টিয় জীৱন আৰু কৰ্ম্মৰ দৌৰৰ পথত দৌৰবিদজনৰ খুউব কাঢ়া শৃঙ্খলাবদ্ধতা লাগে, আৰু খ্ৰীষ্টিয় জীৱনৰ পথত এক বিশেষ লক্ষ্য থাকে। (শাব্দিক অৰ্থ চাওক)

বঁটা পাব পৰাকৈ দৌৰা

পুৰ্ণ চেষ্টাৰে সমৰ্পিত ভাবে দৌৰি সফলতা পোৱাটোৰ লগত তুলনা কৰি ঈশ্বৰে তোমাক পুৰ্ণ চেষ্টাৰে কৰাটো বিচাৰে (শাব্দিক অৰ্থ চাওক)

সজ্জা

এক সজ্জা হৈছে কোনো এক বিশেষ কাৰ্য্যৰ ওপৰত কৰ্ত্তৃপক্ষই সফল বা সম্পুৰ্ণ কৰিবলৈ দিয়া প্ৰস্তুতি; এই শাব্দিক অৰ্থটোৱে ঈশ্বৰক আদৰ কৰি, তেওঁ দিয়া চিৰস্থায়ী পৰিত্ৰাণৰ লগত যুক্ত হৈ থকা জীৱন। (শাব্দিক অৰ্থ চাওক)

মই নিজেই যেন অযোগ্য হৈ নপৰো

বাক্যটোৰ ৰূপটোৰ লগত কৰ্ত্তৃবাচ্যটো কৰ্ম্বাচ্যৰূপে পুনৰ গঠন কৰা হৈছে। ব্যাখ্যাঃ “বিচাৰকজনে মোক যেন অযোগ্য ঘোষণা নকৰে।”(সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)