as_tn/1co/09/19.md

891 B

বেছিকৈ জয় কৰিবলৈ

“আনসকলক বিশ্বাস কৰিবলৈ প্ৰত্যয়ণ নিওৱা” বা “খ্ৰীষ্টত ভাৰসা কৰিবলৈ আনক সহায় কৰা”

মই যিহুদীৰ নিচিনা হ’লোঁ

ব্যাখ্যাঃ “মই যিহুদীৰ নিচিনা অভিনয় কৰিলোঁ” বা “মই যিহুদী নীতি নিয়মবোৰ মানি চলিলোঁ”

বিধানৰ অধীনে জীয়াই থাকিলোঁ

ব্যাখ্যাঃ “যিহুদী নেতৃত্ত্বৰ প্ৰতি সমৰ্পিত হ’লোঁ, যিহুদী শাস্ত্ৰসমুহৰ বোধগম্যতা গ্ৰহণ কৰিলোঁ।”