as_tn/1co/09/17.md

1.9 KiB

যদি মই এইটো ইচ্ছাকৃত ভাবে কৰোঁ

“যদি মই ইচ্ছাকৰি প্ৰচাৰ কৰোঁ”

ইচ্ছাকৰি

ব্যাখ্যাঃ “আনন্দেৰে” বা “মুক্তভাবে”

এতিয়াও মোৰ ওপৰত দিয়া এক দায়িত্ত্বভাৰ দিয়া হৈছে

ব্যাখ্যাঃ“ঈশঅবৰে মোক সম্পুৰ্ণ কৰিবলৈ দিয়া এই কামটো মই কৰিব লাগে” (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

তেন্তে মোৰ পুৰস্কাৰ কি? ব্যাখ্যাঃ“এইটোৱেই হৈছে মোৰ পুৰস্কাৰ”(আচল অৰ্থ বুজোৱা প্ৰশ্ন চাওক)

যে যেতিয়া মই প্ৰচাৰ কৰোঁ , মই শুভবাৰ্ত্তা কোনো ব্যয়হীন নোহোৱাকৈ দিব পাৰোঁ আৰু যাতে শুভবাৰ্ত্তাত মোৰ কোনো অধিকাৰ নলওঁ

ব্যাখ্যাঃ “প্ৰচাৰ কৰাৰ বাবে মোৰ পুৰস্কাৰ হৈছে যে কোনো বন্ধন নোহোৱাকৈ প্ৰচাৰ কৰিব পাৰোঁ।”

শুভবাৰ্ত্তা দিব পাৰোঁ

ব্যাখ্যাঃ “শুভবাৰ্ত্তা প্ৰচাৰ কৰা”

শুভবাৰ্ত্তাত মোৰ সম্পুৰ্ণ অধিকাৰ ব্যৱহাৰ কৰি

ব্যাখ্যাঃ“মই যাত্ৰা আৰু প্ৰচাৰ কৰাত মানুহবিলাকৰ পৰা মোৰ বাবে সহায় বিচৰা”