as_tn/1co/09/15.md

1014 B

এই স্বত্ত্ববোৰ

ব্যাখ্যাঃ “এই লাভালাভ বিলাক” বা “এই বিষয়বোৰ সংৰক্ষণ কৰি ৰাখিব লাগে”

সেয়ে মোৰ বাবে কিবা এটা কৰা উচিত

ব্যাখ্যাঃ “তোমাৰ পৰা কিবা এটা পাব লাগে” বা “সেয়ে তুমি মোৰ বাবে দৈনিক সহায় যোগান ধৰিবা”

বঞ্চিত কৰা

ব্যাখ্যাঃ “আতৰাই লোৱা” বা “ৰাখি থোৱা”

মই এইটো কৰিব লাগে

“মই নিশ্চয়কৈ শুভবাৰ্ত্তা প্ৰচাৰ কৰিব লাগে”

মোলৈ সন্তাপ হ’ব যদি

ব্যাখ্যাঃ “যদি নকৰোঁ মোলৈ দুৰ্ভাগ্য হ’ব।”