as_tn/1co/09/12.md

1.3 KiB

যদি আন সকলে

শুভবাৰ্ত্তাৰ আন আন কৰ্ম্মীসকল

এই স্বত্বটো

যিহেতু পৌলে কৰিন্থীয়াসকলৰ মাজত প্ৰথমে শুভবাৰ্ত্তা পৰিচৰ্য্যা কৰিছিল সেয়ে তেওঁলোকৰ পৰা তেওঁৰ জীৱিকাৰ খোৰাকী পোৱাটো তেওঁৰ স্বত্ত্ব আছিল

আমাৰ তাতকৈ অধিক নাই নে? “আমি” বুলি কওঁতে পৌল আৰু বাৰ্ণাবাক বুজাইছে। ব্যাখ্যাঃ “এই স্বত্ত্বটো তাতকৈ আমাৰ অধিক” (বাদ পেলাই যোৱা, আচল অৰ্থ বুজোৱা প্ৰশ্ন চাওক)

বাধা নজন্মাবৰ কাৰণে

“এক বোজা স্বৰূপ হোৱা” বা “বিয়পোৱা বন্ধ কৰা”

তেওঁলোকৰ জীৱিকা শুভবাৰ্ত্তাৰ পৰাই হ’ব

“শুভবাৰ্ত্তা সংবাদ কৈ থকাৰ পৰাই তেওঁলোকৰ দৈনিক খৰচ পাই থাকিব”