as_tn/1co/09/09.md

1.3 KiB

ঈশ্বৰে কেৱল বলধ বোৰলৈহে চিন্তা কৰে নে? ব্যাখ্যাঃ “ঈশ্বৰে কেৱল বলধবোৰলৈ যে চিন্তা কৰে এনে নহয়” (আচল অৰ্থ বুজোৱা প্ৰশ্ন চাওক)

তেওঁ নিশ্চয়কৈ আমাৰ বিষয়ে কোৱা নাই নে? ব্যাখ্যাঃ “ঈশ্বৰে নিশ্চিতকৈ আমাৰ বিষয়ে কৈছে।” (আচল অৰ্থ বুজোৱা প্ৰশ্ন চাওক)

আমাৰ বিষয়ে

ইয়াত “আমাক” বুলি কওঁতে পৌল আৰু বাৰ্ণাবাক বুজাইছে। (অন্তৰ্ভুক্ততা চাওক)

তোমালোকৰ পৰা আমাৰ বাবে জাগতিক বিষয় লোৱাটো অতি বেছি হৈছে নে?

ব্যাখ্যাঃ “তোমালোকৰ পৰা আমাৰ বাবে জাগতিক সহায় লোৱাটো অতি বেছি হোৱা নাই।” (আচল অৰ্থ বুজোৱা প্ৰশ্ন চাওক)