as_tn/1co/09/01.md

2.3 KiB
Raw Blame History

মই স্বাধীন নহওঁ নে? পৌলে এই আচল অৰ্থ বুজোৱা প্ৰশ্ন ব্যৱহাৰ কৰি তেওঁ যি অধিকাৰ আছে তাক কৰিন্থীয়াসকলক মনত পেলাই দিছে। ব্যাখ্যাঃ “মই স্বাধীন” আচল অৰ্থ বুজোৱা প্ৰশ্ন চাওক)

মই পাঁচনি নহওঁ নে? পৌলে এই আচল অৰ্থ বুজোৱা প্ৰশ্ন ব্যৱহাৰ কৰি তেওঁ যি অধিকাৰ আছে আৰু তেওঁ কোন তাক কৰিন্থীয়াসকলক মনত পেলাই দিছে। ব্যাখ্যাঃ “মই এজন পাঁচনি” (আচল অৰ্থ বুজোৱা প্ৰশ্ন চাওক)

আমাৰ প্ৰভু যীচুক মই দেখা নাই নে? পৌলে এই আচল অৰ্থ বুজোৱা প্ৰশ্ন ব্যৱহাৰ কৰি তেওঁ কোন তাক কৰিন্থীয়াসকলক মনত পেলাই দিছে। ব্যাখ্যাঃ “আমাৰ প্ৰভু যীচুক মই দেখা পাইছোঁ।” (আচল অৰ্থ বুজোৱা প্ৰশ্ন চাওক)

প্ৰভুত মই কৰা কৰ্ম্মৰ সহকৰ্ম্মী তোমালোকেই নোহোৱা নে? পৌলে এই আচল অৰ্থ বুজোৱা প্ৰশ্ন ব্যৱহাৰ কৰি তেওঁৰ লগত কৰিন্থীয়াসকলৰ সম্বন্ধ কেনে তাক কৰিন্থীয়াসকলক মনত পেলাই দিছে। ব্যাখ্যাঃ “খ্ৰীষ্টত তোমালোকে কৰা বিশ্বাসেই প্ৰভুত মই কৰা কৰ্ম্মৰফল”(আচল অৰ্থ বুজোৱা প্ৰশ্ন চাওক)

তোমালোকেই তাৰ প্ৰমাণ

ব্যাখ্যাঃ “তোমালোকে খ্ৰীষ্টত কৰা বিশ্বাসেই তাৰ নিশ্চয়তাৰ প্ৰমাণ”