as_tn/1co/08/11.md

644 B

সেই দুৰ্ব্বল ভাইজন বা ভনীগৰাকী... নষ্ট হ’ল

সেই ভাইজন বা ভনীগৰাকী যিযে বিশ্বাসত দুৰ্ব্বল পাপ কৰিব আৰু তেওঁ বা তাইৰ বিশ্বাস হেৰুৱাব।

সেই কাৰণে

“এই শেষৰ মুলনীতিটোৰ কাৰণে”

যদি খাদ্যই কাৰক হয়

“যদি খাদ্যই ইয়াৰ কাৰণ হয়” বা “যদি খাদ্যই উদগণি যোগাই”