as_tn/1co/08/08.md

1.1 KiB

খোৱা বস্তুৱে আমাৰ ঈশ্বৰৰ আগত গ্ৰাহ্য নকৰাব

“খোৱা খাদ্যই আমাক ঈশ্বৰৰ আগত কোনো অনুগ্ৰহ নিদিব” বা “আমি খোৱা খাদ্যই আমাক ঈশ্বৰৰ আগত সন্তোষ্ট নকৰাব”

যদি আমি নাখাওঁ আমাৰ একো হানি নহ’ব বা খালেও আমাৰ একো লাভ নহ’ব

“যদি আমি নাখাওঁ আমাৰ হানি হ’বলগীয়া নাই বা খালেও আমি একো নাপাওঁ।

খাবলৈ সাহ কৰিব পাৰা

“খাবলৈ উদগণিত হোৱা”

দুৰ্ব্বলসকল

বিশ্বাসীসকলে তেওঁলোকৰ বিশ্বাসত সিমান বলৱান নহয়

মাংসত

“খোৱাৰ সময়ত” বা “খাই থাকোঁতে” (UDB)