as_tn/1co/08/04.md

1.4 KiB

আমি

পৌল আৰু কৰিন্থীয়াসকল (অন্তৰ্ভুক্ততা চাওক)

জানো যে “এই জগতখনত দেৱতা একো নহয়”

কোনো কোনো কৰিন্থীয়াসকলে ব্যৱহাৰ কৰা এটা বাক্যাংশ উদ্ধৃত কৰিছে। ব্যাখ্যাঃ “আমি সকলোৱে জানো যে, তোমালোকেও ক’বলৈ ভাল পোৱা যে, আমাৰ বাবে এটা মুৰ্ত্তিৰ কোনো পৰাক্ৰম নাই বা কোনো অৰ্থ নাই।”

এই জগতখনত দেৱতা একো নহয়, ব্যাখ্যাঃ“এই জগত খনত কোনো মুৰ্ত্তি নাই”

দেৱ

দেবী আৰু অনেক প্ৰভু পৌলে অনেক দেৱ দেবীত বিশ্বাস নকৰে, কিন্তু পৰজাতিসকলে যে সেইবোৰ বিশ্বাস কৰে সেইটো তেওঁ জানিছে।

আমাক

পৌল আৰু কৰিন্থীয়াসকল (অন্তৰ্ভুক্ততা চাওক)

আমাৰ বাবে আছে

“আমি তাত বিশ্বাস কৰোঁ”