as_tn/1co/08/01.md

2.0 KiB

এতিয়া এই বিষয়ে

কৰিন্থীয়া সকলে পৌলক সোধা পাছৰ প্ৰশ্নটোলৈ যাবলৈ পৌলে এই বাক্যাংশটো ব্যবহাৰ কৰিছে।

দেৱতাবিলাকৰ প্ৰতি উচৰ্গিত খাদ্য

পৰজাতিৰ উপাসক সকলে তেওঁলোকৰ দেৱতাৰ প্ৰতি খাদ্য শস্য, মাছ, চৰাই, বা মাংস উচৰ্গা কৰে। পুৰোহিতসকলে তাৰে একাংশ বেদীৰ ওপৰত জ্বলাই পেলাই। পৌলে সেই থাকি যোৱা অংশৰ কথা কৈছে, যিটো উপাসকজনক ঘুৰাই দিয়া হয় বা বজাৰত বিক্ৰী কৰিবলৈ দিয়া হয়।

আমি জানো যে “আমাৰ সকলোৰে জ্ঞান আছে”

কৰিন্থীয়া সকলে ব্যৱহাৰ কৰা এটা প্ৰবচন পৌলে উদ্ধৃতি দিছে। ব্যাখ্যাঃ “আমি সকলোৱে জানো যে, তোমালোকেও ক’বলৈ ভাল পোৱা যে, আমাৰ সকলোৰে জ্ঞান আছে।”

ফুলি পৰে

“এজনক গৰ্ব্বিত কৰে” বা “তেওঁলোক যিমান হ’ব লাগে তাতকৈ নিজকে বেছি বুলি ভাবে”

তেওঁ ভাবে যে তেওঁ কিবা এটা জানে

“ বিশ্বাস কৰে যে তেওঁ কিবা এটাৰ বিষয়ে ভালকৈ জানে”

তেওঁৰ দ্বাৰা জ্ঞাত হোৱা

“ঈশ্বৰে সেই ব্যক্তিজনক জানে”(সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)