as_tn/1co/07/39.md

811 B
Raw Blame History

তেওঁ যিমান দিন জীৱিত থাকে

“তেওঁ নমৰালৈকে”

তাই যাক ইচ্ছা কৰে

ব্যাখ্যাঃ“ তাই যাকে বিচাৰে”

প্ৰভুত ব্যাখ্যাঃ “যদি সেই নতুন স্বামীজন ইতিমধ্যে এজন বিশ্বাসী”

মোৰ বিচাৰত

“ঈশ্বৰৰ বাক্যৰে মোৰ বোধগম্যতাত”

সুখী

অধিককৈ সন্তোষ্টি, অধিক আনন্দিত

তাই যিদৰে আছে সেইদৰেই জীয়াই থাকক

ব্যাখ্যাঃ “অবিবাহিত হৈ থাকক”