as_tn/1co/07/36.md

837 B

অশিষ্ট আচৰণ... সন্মানেৰে

“নিৰ্দয় হোৱা” বা “সন্মান নকৰা”

তেওঁৰ ঘনিষ্ঠ বান্ধবী

সাম্ভাব্য অৰ্থবোৰ হৈছে ১) “যিগৰাকী মহিলাক তেওঁ বিয়া কৰাম বুলি কথা দিছিল” বা ২) “তেওঁৰ অবিবাহিত জীয়েক”

তেওঁ তাইক বিয়া কৰিবলৈ দিয়

সাম্ভাব্য অৰ্থবোৰ হৈছে ১) “তেওঁৰ ঘনিষ্ঠ বান্ধবী গৰাকীক তেওঁ বিয়া কৰক” বা ২) “তেওঁৰ জীয়েকক বিয়া কৰিবলৈ দিয়ক।”