as_tn/1co/07/29.md

1.4 KiB

সেই কাল চমু কৰা হৈছে

ব্যাখ্যাঃ “সময় একেবাৰে চমুৱাইছে” নাইবা “সময় একেবাৰে শেষ হৈছে।”

ক্ৰন্দন কৰা

ব্যাখ্যাঃ “কান্দোন” নাইবা “চকুলোৰে বৰ দুখ কৰা”

তেওঁলোকে তেওঁলোকৰ নিজৰ সা

সম্পত্তি নাছিল ব্যাখ্যাঃ “তেওঁলোকৰ নিজৰ একো নাছিল”

যিসকলে এই সংসাৰৰ লগত ব্যবহাৰ কৰে

ব্যাখ্যাঃ “যিসকলে তেওঁলোকৰ প্ৰতিটো দিনেই অবিশ্বাসীসকলৰ লগত উঠা বহা কৰে।”

যিদৰে তেওঁলোকে সেইবোৰৰ লগত কোনো লেনদেন নথকাৰ নিচিনা

ব্যাখ্যাঃ “তেওঁলোকে যেন অবশ্বাসীবিলাকৰ লগত কোনো লেনদেন নথকাৰ নিচিনা”

কিয়নো এই জগতৰ আকাৰ

প্ৰকাৰ শেষ হ’বলৈ গৈ আছে কাৰণ এইজগতৰ ওপৰত চয়তানৰ নিয়ন্ত্ৰণ সোনকালেই বন্ধ হ’ব।