as_tn/1co/07/25.md

1.1 KiB

যিসকলে কেতিয়াও বিয়া কৰোৱা নাই, প্ৰভুৰ পৰা মই কোনো আজ্ঞা পোৱা নাই

এই পৰিস্থিতিৰ সমাধানৰ বাবে পৌলে যীচুৰ পৰা কোনো শিক্ষা পোৱা নাই। ব্যাখ্যাঃ “যি সকল কেতিয়াও বিয়া কৰোৱা নাই তেওঁলোকৰ প্ৰতি মই কোনো আজ্ঞা পোৱা নাই।”

মোৰ মতামত

পৌলে এইটো গুৰুত্ব দিছে যে এই ভাববিলাক তেওঁৰ নিজৰহে এইবোৰ প্ৰভুৰ পৰা পোনপতীয়াকৈ পোৱা নাই।

সেই কাৰণে

ব্যাখ্যাঃ“সেয়ে” নাইবা “এইটোৰ কাৰণে”

অনাটন ঘটিবগৈ

ব্যাখ্যাঃ “এক দুৰ্যোগ আহিব ধৰিছে”