as_tn/1co/07/20.md

2.0 KiB

আমন্ত্ৰিত হ’ল

এই তাৎক্ষণিক “আমন্ত্ৰণটো” কোমালোক য’ত জড়িত হৈ আছা তাতে কৰ্ম্মৰ বাবে বা সামাজিক অৱস্থানৰ বাবে বুজোৱা হৈছে।; “তুমি যি অৱস্থাত আমন্ত্ৰিত হ’ল, সেই কৰ্ম্মতেই লাগি থাকক”(UDB)

যেতিয়া ঈশ্বৰে তোমাক নিমন্ত্ৰণ কৰিলে তুমি দাস অৱস্থাত আমন্ত্ৰিত হ’লা নে?

ব্যাখ্যাঃ“যিসকল দাস অৱস্থাত আছে তেওঁলোকলৈ ঈশ্বৰে তোমাক বিশ্বাসলৈ নিমন্ত্ৰণ কৰিলে।” (আচল অৰ্থ বুজোৱা প্ৰশ্ন চাওক)

প্ৰভুত মুক্তলোক

এই মুক্ত মানুহজন ঈশ্বৰৰ দ্বাৰা ক্ষমা পোৱা ব্যক্তি আৰু সেইকাৰণে চয়তান আৰু পাপৰ পৰা মুক্ত।

তোমালোক মুল্যেৰে কিনা হ’লা

ব্যাখ্যাঃ “খ্ৰীষ্টে তোমাৰ বাবে হত হৈ তোমাক কিনিলে।”

যেতিয়া তোমাক বিশ্বাস কৰিবলৈ নিমন্ত্ৰণ কৰা হ’ল

“যেতিয়া ঈশ্বৰে তেওঁত বিশ্বাস কৰিবলৈতোমাক নিমন্ত্ৰণ কৰিলে।”(সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

আমাক... আমি

সকলো খ্ৰীষ্টিয়ানক বুজাইছে (অন্তৰ্ভুক্ততা চাওক)