as_tn/1co/07/17.md

1.5 KiB

প্ৰতিজন

“প্ৰত্যেকজন বিশ্বাসী”

সকলোবোৰ মণ্ডলীত এইটোৱেই মোৰ নীতি

পৌলে সকলোবোৰ মণ্ডলীত এইদৰে আচৰণ কৰিবলৈ বিশ্বাসীসকলক শিকাই আছিল।

কোনো এজনক চুন্নত হোৱা অৱস্থাত বিশ্বাসলৈ আমন্ত্ৰিত হ’ল নে?

পৌলে চুন্নত হোৱাসকলক সম্বোধন কৰিছে(যিহুদীসকলক) ব্যাখ্যাঃ“চুন্নত হোৱাজন যেতিয়া বিশ্বাসলৈ আমন্ত্ৰণ কৰা হ’ল, তেওঁ ইতিমধ্যে চুন্নত হৈয়ে আছে।” (আচল অৰ্থ বুজোৱা প্ৰশ্ন চাওক)

কোনো এজনক অচুন্নত হোৱা অৱস্থাত বিশ্বাসলৈ আমন্ত্ৰিত হ’ল নে?

পৌলে অচুন্নত লোকসকলক সম্বোধন কৰিছে ব্যাখ্যাঃ“তুমি অচুন্নতজন যেতিয়া বিশ্বাসলৈ আমন্ত্ৰণ কৰা হ’লা, তুমি অচুন্নত অৱস্থাত আছা।” (আচল অৰ্থ বুজোৱা প্ৰশ্ন চাওক)